কলাজিৰা বা কালজিৰা খালে কি হয়? কালজিৰা কেনেকৈ খাব? -Kalonji/kaljira in Assamese

কলাজিৰা বা কালজিৰা-Kalonji, Nigella sativa seeds or Black seeds

কালজিৰা কলেস্টৰেল কমোৱাত খুব সহায়ক হিচাবে পৰিচিত আৰু  শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায়তা কৰে। কালজিৰায়ে উচ্চ ৰক্তচাপ হ্ৰাস, হাৰ্টৰ সমস্যা নিৰাময়, ত্বকেৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বহু স্বাস্থ্য সমস্যাৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাবে কাম কৰে

কালজিৰাৰ কিছু তথ্য- About Kalonji Seeds In Assamese

Kalonji ক অসমীয়াত “কলাজিৰা বা কালজিৰা” নামে জনা যায়৷ (kalonji in assamese)

কালজিৰাৰ লেটিন নাম (Latin Name): Nigella sativa

Kalonji গোটেই বিশ্বজুৰি বিভিন্ন নামে পৰিচিত।  

কালজিৰাৰ প্ৰচলিত নাম-Kalonji, mangrail, kalojira, kalzira ইত্যাদি৷

ইংৰাজীত কালজিৰাক Black seed, nigella seeds, nigella sativa seeds, fennel flower, nutmeg flower,Roman coriander ইত্যাদি নামেৰে জনা যায়৷ (Kalonji meaning in english)

বিভিন্ন ভাৰতীয় ভাষাতো কালজিৰাৰ একাধিক নাম আছে।  
মালায়ালামত - ell বা karun jeeragam নামে পৰিচিত,
গুজৰাটিতে কলোনজি kalunji
বাংলাত Mogrel  (kalonji meaning in bengali)
আৰু মাৰাঠি ভাষাত 'কালে তিল' নামে পৰিচিত।  

Kalonji Botanical Name- কালজিৰাৰ বোটানিকেল নাম Nigella Sativa

কালজিৰা হৈছে Ranunculaceae পৰিবাৰৰ এটি চিৰসেউজ উদ্ভিদ।  সৰ্বাধিক মূল্যবান ঔষধি বীজসমূহৰ ভিতৰত কালজিৰা অন্যতম, কালজিৰা খাদ্যত ভাল স্বাদৰ এজেন্ট হিচাবে কাম কৰে। ই তৰকাৰি মচলা আৰু গৰম মছলাৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান। এটি অনেক জনপ্ৰিয় ভাৰতীয় খাদ্যৰ যেনে আচাৰ, চিঙৰা, কচোৰি ইত্যাদিত স্বাদযুক্ত এজেন্ট হিচাবে ব্যৱহৃত হয়৷ 
কালজিৰা বিভিন্ন ৰূপত ব্যৱহাৰ কৰিব পৰা যায় যেনে 
কালজিৰা তেল, (kalonji oil)
ভুনা বীজ, (Roasted seed)
কেঁচা বীজ (Raw seed)  ইত্যাদি। 
কেঁচা খোৱাৰ সময়ত ইয়াৰ সোৱাদ তীক্ষ্ণ, তিতা স্বাদযুক্ত হয় আৰু এক মচলাৰ দৰে মিঠা সুগন্ধ থাকে৷ ইয়াক তিনিটা বৰ্ণৰ পোৱা যায়, হালধী - কমলা বৰ্ণৰ, বগা আৰু  ক’লা বৰ্ণৰ৷

কালজিৰা বীজ আৰু কালজিৰা তেল ইউনানী আৰু আয়ুৰ্বেদৰ মতে ভাৰতীয় ঐতিহ্যবাহী চিকিৎসা ব্যবস্থাত বহু শতাব্দী ধৰি ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে আৰু ই তিব্ব-ই-নব্বী “Tibb- e - Nabwi(ভবিষ্যবানীমূলক ঔষধ) হিচাপে উল্লেখ পোৱা যায়৷। 

কালজিৰা কলেস্টৰেল কমোৱাত খুব সহায়ক হিচাবে পৰিচিত আৰু শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায়তা কৰে। কালজিৰায়ে উচ্চ ৰক্তচাপ হ্ৰাস, হাৰ্টৰ সমস্যা নিৰাময়, ত্বকেৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বহু স্বাস্থ্য সমস্যাৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাবে কাম কৰে।  

আকৰ্ষণীয় তথ্য - Interesting facts: প্ৰখ্যাত মুছলিম বিদ্বান  আল বুখাৰী (Al bukhari) কালজিৰাক হাব্বত আল বাৰাকাহ(Habbat Al Barakah) হিচাবে মহিমান্বিত কৰিছিল যাৰ অৰ্থ 'বৰকতময়'বা আশীৰ্বাদস্বৰূপ(blessed one)৷ তেওঁৰ মতে,  কালজিৰায়ে মৃত্যু বাহিৰে সকলো স্বাস্থ্য অৱস্থাৰ নিৰাময় হিচাবে অভিহিত কৰিছিল।


কালজিৰা গছ-Nigella sativa plants


কালজিৰা কলেস্টৰেল কমোৱাত খুব সহায়ক হিচাবে পৰিচিত আৰু  শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায়তা কৰে। কালজিৰায়ে উচ্চ ৰক্তচাপ হ্ৰাস, হাৰ্টৰ সমস্যা নিৰাময়, ত্বকেৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বহু স্বাস্থ্য সমস্যাৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাবে কাম কৰে

কালজিৰা কলেস্টৰেল কমোৱাত খুব সহায়ক হিচাবে পৰিচিত আৰু  শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায়তা কৰে। কালজিৰায়ে উচ্চ ৰক্তচাপ হ্ৰাস, হাৰ্টৰ সমস্যা নিৰাময়, ত্বকেৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বহু স্বাস্থ্য সমস্যাৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাবে কাম কৰে

কালজিৰাৰ পুষ্টি উপাদান-Nutrients In Kalonji, Nigella sativa Seeds or Black Seeds In Assamese


  • 100 তাৰো বেছি গুৰুত্বপূর্ণ পুষ্টি উপাদান আছে।
  • সক্রিয় উপাদান হিচাবে nigellone, (thymoquinone)থাইমোকুইনোন আৰু অন্যান্য স্থিৰ তেল আছে।
  • 15 বিধ এমিন’ এচিড আছে;  9 টা প্রয়োজনীয় এমিন’ এচিডসমূহৰ ভিতৰত 8 টা ইয়াত আছে৷  ইয়াৰউপৰি, এমিন’ এচিড arginine আছে যি শিশুৰ বৃদ্ধিৰ বাবে প্রয়োজনীয়।
  • linoleic আৰু oleic acids ইত্যাদিৰ দৰে 50% প্রয়োজনীয় ফেটি এচিড আছে আৰু নাইজেলোন আৰু থাইমোকুইনোন (nigellone and thymoquinone) আৰু এলকালয়ড আৰু চেপ’নিন (alkaloids and saponins) দৰে বাষ্পশীল তেল 0.5-1,5% আছে৷
  • কেলচিয়াম, আয়ৰন, চডিয়াম, পটাযিয়াম আৰু আয়ৰন, মেংগানিজ, দস্তা আৰু চেলেনিয়াম আদি খনিজ আছে।
  • ভিটামিন A, B1, B2, C আৰু নিয়াচিন আছে।
  • ইয়াত কেইবা প্ৰকাৰৰ স্টেৰল( Sterols) আছে বিশেষকৈ বিটা সিটোস্টেৰল( Beta Sitosterol) যি কেন্সাৰ বিৰোধী বৈশিষ্ট্যযুক্ত।
  • ইয়াত থকা আৰু এটি সক্রিয় সিদ্ধান্ত হ'ল থাইমোহাইড্রোচিয়নন (Thymohydrochionon), যি এটি anti histamine আৰু analgesic
  • ইয়াত একক অণু আকাৰে চেনি বা শৰ্কৰা আছে যেনে মনচ্যাকচাৰাইডস (Monosaccharides), গ্লুকজ, জাইলজ(xylose), Rhamnose আৰু আৰবিন'জ(Arabinose)
  • ডায়েটৰি ফাইবাৰ হ'ল নন স্টার্চ পলিস্যাকাৰাইড (Non Starch polysaccharide)
  • কালজিৰা বীজত 35% তেল, 21% প্র’টিন আৰু 38% কার্বোহাইড্রেট আছে।

   

কালজিৰাৰ উপকাৰিতা - Health Benefits Of Kalonji or Nigella sativa Seeds In Assamese


কালজিৰাৰ এশ এবুৰি স্বাস্থ্য উপকাৰিতা আছে যদিও প্ৰমূখ্য কেইটামান উপকাৰিতা সম্বন্ধে নিম্নভাগত দিয়া হৈছে-

ওজন হ্ৰাসৰ বাবে- For weight loss:
কালজিৰা বীজ এন্টিঅক্সিড্যান্ট হিচাবে কাম কৰে আৰু শৰীৰৰ ওজন আৰু ককালৰ পৰিধি কমোৱাত সহায়তা কৰে।  

ত্বকৰ বাবে-For the skin: 
যিহেতু কালজিৰাত এন্টিঅক্সিডেন্ট আৰু এন্টিমাইক্ৰোবিয়াল গুণ আছে গতিকে ইয়াৰ তেল ব্ৰণ, দাগ আৰু অনুজ্জ্বলতাৰ দৰে ত্বকৰ সমস্যাৰ বিৰুদ্ধেও ব্যবহাৰ কৰিব পৰা যায়৷

কাঁহ আৰু চৰ্দি বাবে -For cough and cold: কালজিৰা বীজ কাঁহ আৰু চৰ্দি প্ৰতিৰোধী৷ গৰম পানী আৰু মৌ লগত এটি কাঢ়া (decoction) আকাৰে গ্ৰহণ কৰা হয়।  মসলিনৰ কাপোৰত কালজিৰাৰ কিছু বীজ গোন্ধ নাকেৰে শুঙিলে ঠাণ্ডা আৰু শ্লেষ্মা তৈয়াৰ উপশম কৰাত সহায়তা কৰে।  

বিষৰ বাবে- For pain: 
কালজিৰাত বীজ বেদনানাশক আৰু এন্টি-প্ৰদাহজনক বৈশিষ্ট্য আছে যি এটি প্ৰাকৃতিক বিষনাশক হিচাবে কাম কৰে ৷ ই ব্যথা, ফোলাভাব আৰু মাথা ব্যথা দূৰ কৰাত সহায়তা কৰে।

যকৃতৰ বাবে- For the Liver: 
কালজিৰাত এন্টিঅক্সিডেন্ট বৈশিষ্ট্যয়ে যকৃতৰ আঘাত কমোৱাত সহায়তা কৰে আৰু সংক্ৰমণ ৰোধ কৰে।  

হাৰ্টৰ বাবে- For the heart:
কালজিৰাৰ ব্যৱহাৰে ৰক্তৰ কলেস্টৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায়তা কৰে আৰু এইভাবে কাৰ্ডিওভাসকুলাৰ ডিজঅৰ্ডাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়তা কৰে।  

ক্যান্সাৰেৰ বিৰুদ্ধে -Against Cancer: 
কালজিৰাৰ এন্টিঅক্সিডেন্ট বৈশিষ্ট্যেৰ কাৰণে, কালজিৰাৰ বীজ টিউমাৰৰ আৰম্ভণি আৰু বৃদ্ধিৰ বিৰুদ্ধে কাম কৰে৷ কালজিৰা ক্যান্সাৰজনিত বৃদ্ধি ৰোধ কৰাত কাৰ্যকৰ। ই  মেটাস্টেসিস (metastasis) হ্ৰাস কৰতে সহায়তা কৰে (ক্যান্সাৰজনিত বৃদ্ধি অন্য ঠাইলৈ বিয়পি যোৱা)।

কালজিৰা কলেস্টৰেল কমোৱাত খুব সহায়ক হিচাবে পৰিচিত আৰু  শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায়তা কৰে। কালজিৰায়ে উচ্চ ৰক্তচাপ হ্ৰাস, হাৰ্টৰ সমস্যা নিৰাময়, ত্বকেৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বহু স্বাস্থ্য সমস্যাৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাবে কাম কৰে

কালজিৰাৰ ঘৰুৱা কিছু ব্যৱহাৰ -Some Practical Home Uses Of Kalonji or Black Seeds/Oil


কালোঞ্জি বা কালজিৰাৰ  কিছু ঘৰুৱা প্ৰতিকাৰ-

শুকান কাঁহ- Dry Cough

½ টেবুল চামুচ কালজিৰা তেল কফি লগত মিহলাই দনত দুবাৰ খাদ্য খোৱা আগে গ্ৰহন কৰক৷

মাথাবিষ বা কানৰ বিষ-Headache And Earache

কপাল, কানৰ পিছফালে কালজিৰা বীজৰ তেল লগাওক।  কপালত সামান্যভাবে ব্যান্ডেজ কৰক আৰু ক্যালঞ্জি তেল ১/২ চামুচ দিনে দুবাৰ 3 দিন খাওক৷

দুৰ্বল দৃষ্টিশক্তি-Weak Eyesight

খাদ্য গ্ৰহনৰ আগে এক কাপ গাজৰৰ ৰসত 1/2 চামুচ কলোনজি তেল মিহলায় 6 মাহৰ বাবে প্ৰতিদিনে দু'বাৰ পান কৰক।

বমি বমি ভাব-Nausea/Vomiting

½ চা চামুচ কালঞ্জি তেল ৰ লগত সতেজ আদাৰ ৰস মিহলাই দিনে  দুবাৰ পান কৰক৷

টেনশন আৰু স্ট্ৰেস-Tension And Stress

স্নায়ুসমূহক শান্ত কৰাত আৰু উত্তেজনা পৰা মুক্ত কৰাত দিনে 2 বাৰ খোৱাৰ আগে 1 কাপ চাহৰ লগত কালজিৰাৰ তেল মিহলাই পান কৰক।

স্মৃতিশক্তি উন্নত কৰক-Improve Memory

প্ৰায় এক মাহৰ বাবে প্ৰতিদিনে 2 বাৰ খোৱাৰ আগে 1/2 চামুচ কলোনজি তেলত 10 গ্ৰাম বয়ল পুদিনা মিশ্ৰিত কৰি পান কৰক।

অম্লতা, বদহজম, পেটৰ বিষ-Acidity, Indigestion, Stomach Ache

এক কাপ গাখীৰত 1 চা চামুচ কালজিৰা তেল মিহলাই  5 দিন, দিনে দুবাৰ খাওক।

পাইলচ / কোষ্ঠকাঠিন্য-Piles/Constipation

ব্লেক চাহৰ লগত ½ চা চামুচ কালজিৰা তেল মিহলাই প্ৰতিদিনে দুবাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ খাদ্য গ্ৰহনৰ আগে খাব লাগে৷ 

জ্বলন সংবেদন-Burning Sensation

এক কাপ মিঠা নেমু ৰস (মৌচম্বিৰ ৰস) লগত 1/2 চামচ কালজিৰাৰ ৰস মিহলায় ৰাতিপুৱা ব্ৰেকফাষ্টৰ আগে আৰু ৰাতিৰ খোৱাৰ পিচত 7 থেকে 10 দিন পান কৰক।

প্ৰস্ৰাৱৰ জ্বলাপোৰা-Burning Sensation In Urine

এক গ্লাস (250 মিলি) গাখীৰত 1/2 চামুচ কলোনজি তেল আৰু 10 মিলি মৌ মিহলায় দিনে  2 বাৰ পান কৰক৷

এজমা-Asthma

½ চামুচ কলোনজি তেল আৰু 1 চামুচ মৌ গৰম পানিত মিহলাই লওক৷  40 দিনৰ বাবে দিনে দুবাৰ পান কৰক আৰু ঠান্ডা খাদ্য পৰিহাৰ কৰক৷

কালজিৰা তেল পেট আৰু অগ্ন্যাশয়েৰ ক্ষৰণসমূহ স্বাভাৱিক কৰে আৰু তাই ডায়বেটিচৰ চিকিৎসাত উপকাৰী।

কিডনি ও মূত্ৰাশয় পাথৰ-Kidney & Bladder Stones

প্ৰতিদিনে দুই বাৰ এক চামচ মৌ দি 1/2 চামচ কলোনজি তেল গ্ৰহণ কৰক।  এই মিশ্ৰনে পাথৰসমুহ আঁতৰাই দিয়।  অথবা,

250 গ্ৰাম কালজিৰা বীজ পিচি লৈ আৰু 250 গ্ৰাম মৌ মিশ্ৰিত কৰক। ব্ৰেকফাষ্টৰ আগে প্ৰতিদিন ১/২ কাপ পানী লগত এই মিশ্ৰণটি 2 চামুচ গ্ৰহন কৰক। ইয়াৰ উপৰি প্ৰতিদিনে ১/২ চামুচ কালজিৰা তেল খাওক৷

দাঁত আৰু আলুত প্ৰদাহ আৰু বিষ- Inflammation And Pain of Gums and Teeth

কালজিৰাৰ বীজ ভিনেগাৰত সিদ্ধ বা বয়ল কৰক আৰু দাতঁ আৰু  আলুত লগাওক৷ 



পিঠি বিষ-Backache and Muscle Pain


কিছু কলোনজী তেল গৰম কৰি আক্ৰান্ত স্থানত মালিচ কৰক। তদুপৰি দিনে এবাৰ 1/2 চামুচ এই তেল খাওক।


হাইপাৰটেনশন-Hypertension


যি কোনো ফলৰ লগত 1/2 চামুচ কালজিৰা বীজ তেল যোগ কৰক আৰু পান কৰক।


অতিসাৰ-Diarrhea


এক কাপ দৈ লগত ১/২ চামুচ কালজিৰা বীজৰ তেল মিহলাই দিনে দুবাৰ কৰি 3 দিন খাওক


হাঁপানি আৰু কাঁহ-Asthma & Cough

কালজিৰা বীজৰ তেল দি বুকু ম্যাসাজ কৰক। ইয়াৰউপৰি 1/2 চামুচ কালজিৰা বীজৰ তেল দি দিনে 2 বাৰ, ৰাতিপুৱা আৰু সন্ধ্যা এক কাপ পানী লগত এক চামচ মৌ মিহলায় পান কৰক। পানীত 1 চামচ তেল মিহলায় সেই পানীৰ বাষ্প বা ভাপ লওক।


উচ্চ কলেস্টেৰল-High Cholesterol


1/2 চামুচ কালজিৰা তেল গৰম গাখীৰত মিহলায় প্ৰতিদিনে ৰাতিপুৱা পান কৰক। ই চৰ্বিসমূহ দ্ৰবীভূত কৰে আৰু শিৰা আৰু ধমনীকে dilates কৰে।


পুৰুষত্বহীনতা-Impotency


500 মিলি অলিভ অয়ল বা জলফাই তেল আৰু  50 মিলি কালজিৰা বীজ বা কালজিৰা তেলৰ লগত 200 গ্ৰাম কালজিৰা বীজ মিহলাই লওক৷ ইয়াত 200 গ্ৰাম মৌ যোগ কৰক।  ভালদৰে মিহলাই নিৰাময়ৰ বাবে  খাদ্য গ্ৰহনৰ পিছত  এই মিশ্ৰণটি 1 চামুচ লওক।


মাইগ্ৰেন-Migraine


মাথা ব্যথাৰ বিপৰীত দিশৰ নাকত 1 ফোঁটা কালোঞ্জি তেল দিওক। এই তেল দি মূৰ ম্যাসাজ কৰক৷  1 চামচ মৌ ত 10 ফোঁটা কলঞ্জি তেল মিহলায় পান কৰক।


চুলি সৰা আৰু  অকালপক্কতা, চুলিৰ ক্ষতি-Loss of Hair & Premature Grey Hair


নেমু লগাওক আৰু15 মিনিটৰ বাবে ৰাখি দিয়ক।  চুল  শ্যাম্পু কৰক আৰু সম্পূৰ্ণ শুকোবাৰ পিছত  কালজিৰা তেল মুৰৰ ত্বকত লগাওক৷এই ৰুটিনটো এক মাহ ধৰি কৰক৷।  


মাতৃ দুগ্ধ বৃদ্ধিৰ বাবে- To Increase Mother's Milk


1 কাপ গাখীৰত  2 ফোঁটা কালজিৰা তেল মিহলাওক। ব্ৰেকফাষ্টৰ আগে আগে আৰু শুৱাৰ সময়ত দুবাৰ  পান কৰক।


 ডায়বেটিচ-Diabetes


এক কাপ ব্ল্যাক টিত ১/২ চামুচ কালজিৰা তেল মিহলাই দিনে দুবাৰ পান কৰক।


ভজা খাদ্য, তৈলাক্ত খাদ্য চলক, আপোনাৰ এলোপ্যাথিক ঔষধ খায় থাকক।


20 দিন পিছত ৰক্তত চুগাৰ পৰীক্ষা কৰক।  যদি স্বাভাৱিক হয় তেন্তে কলোনজি চিকিৎসা কৰি থাপিব আৰু এলোপ্যাথিক চিকিৎসা বন্ধ কৰক।  40 দিন পিছত, মিঠা গ্ৰহন কৰিব আৰু আপোনাৰ চেনিৰ স্তৰ পৰীক্ষা কৰিব। যদি স্বাভাবিক হয় তেন্তে চিকিৎসা বন্ধ কৰিব।


 স্থূলতা- Obesity


 ½ চামুচ কলোনজী তেল আৰু ১ চামুচ মৌ কুহুমীয়া গৰম পানীত মিহলায় ৰাতিপুৱা আৰু ৰাতি শুৱা সময়ত পান কৰক


চৰায়চিচ-Psoriasis

50 মিলিলিটাৰ কলোনজী তেল  60 মিলিলিটাৰ নেমু ৰসৰ লগত মিহলাই  আক্ৰান্ত স্থানত প্ৰয়োগ কৰক৷



কেটেৰেক্ট-Cataract


½ চামুচ কলোনজী তেল ৰাতিপুৱা চাহৰ লগত আৰু ৰাতি শুৱা সময়ত পান কৰক৷


কৰ্কটৰোগ- Cancer


কলোনজীতে Thymoquinone আৰু dithymoquinoline এন্টিটিউমাৰ আৰু ন্টিক্যান্সাৰ বৈশিষ্ট্য আছে।  কালজিৰা বীজৰ তেল ক্যান্সাৰৰ প্ৰতিকাৰ হিচাবে শক্তিশালী প্ৰতিযোগী আৰু কেম’থেৰাপিৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াসমূহ প্ৰতিৰোধ কৰে পৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে।


এক গ্লাচ আঙুৰেৰ ৰসৰ লগত 1/2 চামুচ কলোনজী তেল মিহলাই  দিনত 3 বাৰ পান কৰক।  একবাৰ, ব্ৰেকফাষ্টৰ আগে আৰু তাৰপিছত দুপৰীয়া আৰু শেষত ৰাতিৰ খাদ্য গ্ৰহনৰ পিছত৷




Side Effects Of Kalonji-কালজিৰাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া


কালজিৰাৰ সঠিক ডোজ গ্রহণ কৰিলে ই এটি অত্যন্ত নিৰাপদ ঔষধ।  সম্পূর্ণ সুবিধা অর্জনৰ বাবে নিয়মিত ব্যবহাৰ কৰিব পাৰে।

অৱশ্যে ডায়বেটিচ ৰোগীয়ে গ্রহণ কৰাৰ সময়, কালজিৰায়ে ৰক্ত শর্কৰাৰ মাত্রা হ্রাস কৰিব পাৰে বাবে ৰক্ত শর্কৰাৰ মাত্রা ভালদৰে পর্যবেক্ষণ কৰা উচিত।

যদিও গর্ভাবস্থায় গ্ৰহন কৰিলে কোনো পার্শ্ব প্রতিক্রিয়া নায় তথাপি গর্ভবতী মহিলাসকলৰ দ্বাৰা গ্ৰহন কৰা উচিত নহয় কিয়নো এই সমত গর্ভ সংবেদনশীল হৈ থাকে।

আশা কৰো আপোনালোক এই লিখনিৰ দ্বাৰা উপকৃত হব৷ আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে...
ধন্যবাদ৷







Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese