থাইৰয়দৰ ফলত হোৱা মেদবহুলতা হ্ৰাস কৰাৰ উপায় - thyroid weight loss or thyroid diet in Assamese


থাইৰয়দৰ ফলত হোৱা মেদবহুলতা হ্ৰাস কৰাৰ উপায় - thyroid weight loss or thyroid diet in Assamese

থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ কৰে আৰু যেতিয়া ই সঠিকভাবে কাম নকৰে, তেতিয়া বহু ধৰণৰ স্বাস্থ্য সমস্যা দেখা দিব (thyroid for weight loss) আৰম্ভ কৰে। থাইৰয়ড গ্ৰন্থি, যেতিয়া স্বাভাৱিকৰ পৰা কম পৰিমানে হ’ৰমন তৈয়াৰ কৰে, তাকে হাইপোথাইৰয়ড বুলি কোৱা হয়, যি দ্ৰুতভাৱে ওজন বৃদ্ধি বা স্থূলত্বৰ (thyroid weight loss) কাৰণ হয়। পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত থাইৰয়ডৰ লক্ষণ (thyroid symptoms) বেছি দেখা যায়।  কিছু লোকে থাইৰয়ডত ওজন হ্ৰাস কৰাৰ বাবে ট্যাবলেট ক্যাপসুল আৰু অন্যান্য ঔষধ অৱলম্বন কৰে৷ কিন্ত্ত তেওঁলোকৰ ডায়েট চাৰ্ট (diets for thyroid) সঠিকভাবে পৰিকল্পনা কৰিলে থাইৰয়ডত ওজন হ্ৰাস (thyroid weight loss) কৰিব পৰা যায়।


এই নিবন্ধত আমি জানিম কিদৰে থাইৰয়ডৰ ওজন হ্ৰাস কৰা হব আৰু মেদবহুলতা বৃদ্ধিৰ ব্যৱস্থা কৰা উচিত (diet for thyroid in assamese)

‣ সাধাৰণ মানুহৰ পক্ষে ওজন হ্ৰাস কৰা সহজ নহয় (thyroid diet) আৰু থাইৰয়ড ৰোগৰ কাৰণে যাৰ ওজন বাঢ়িছে সেই পুৰুষ আৰু মহিলাৰ পক্ষে আৰু কঠিন হৈ পৰে।

‣ ওজন বৃদ্ধি কাৰণ জৰুৰী নহয় যে থাইৰয়ড ৰোগৰ বাবেই হয়, আপোনাৰ প্ৰতিদিনৰ ভুল ৰুটিন আৰু অস্বাস্থ্যকৰ খাদ্যৰ অভ্যাস ওজন বৃদ্ধি কৰি তুলিব পাৰে।(thyroid weight loss)

‣ যদি আপুনি অনুভৱ কৰে যে হাইপোথাইৰয়েডৰ কাৰণে আপোনাৰ ওজন বাঢ়িছে (thyroid for weight loss) গতিকে ইয়াক নিশ্চিত কৰাৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰা উচিত আৰু  চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত।

‣ হাইপোথাইৰয়ডত শৰীৰত নিমখ আৰু পানীৰ অতিৰিক্ত অভাৱেই মেদবহুলতাৰ কাৰণ হয়। ইয়াৰ উপৰি, আহাৰৰ প্ৰতি মন নিদিয়া, যোগব্যায়াম, এক্সেৰচাইজ আৰু শাৰীৰিক পৰিশ্ৰম (thyroid exercise) একেবাৰেই নকৰাও ওজন বৃদ্ধিৰ আন এক কাৰণ।

আৰু পঢ়কঃ ওজন কমোৱাৰ বাবে Intermittent Fasting ৰ উপকাৰিতা 

থাইৰয়ডত মেদবহুলতাত কিদৰে ওজন হ্ৰাস কৰিব পাৰি - diets for thyroid in Assamese


1. থাইৰয়ড সমস্যাৰ ক্ষেত্ৰত চিকিৎসাৰ বাবে আৰু ওজন নিয়ন্ত্ৰণৰ বাবে, ৰোগীয়ে প্ৰতিদিনৰ ৰুটিনত কিছুমান কথাৰ মন দিয়াতো খুব গুৰুত্বপূৰ্ণ, যাৰ মাজত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে ডায়েটত (diets for thyroid) এনে খাদ্য খোৱা যি থাইৰয়ড হ্ৰাস কৰাতে সহায়তা কৰে আৰু ইয়াৰ লগতে শাৰীৰিক শ্ৰম কৰা৷  

2. প্ৰতিদিনে এটি নিৰ্দিষ্ট সময়ত থাইৰয়ড ঔষধ (thyroid tablet) গ্ৰহণ কৰক৷ যদি আপুনি থাইৰয়দ চিকিৎসাৰ ঔষধ গ্ৰহণৰ লগতে অন্য কোনো ঔষধ গ্ৰহণ কৰে তেন্তে একেলগে দুটা ঔষধ সেৱন নকৰিব।

3. কোনো চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰনৰ ঔষধ আৰম্ভ নকৰিব বা নিজেই কোনো ঔষধ গ্ৰহণ বন্ধ নকৰিব৷

4. আপোনাৰ (thyroid exercise) যোগব্যায়াম, অনুশীলন, ৰাতিপুৱা আৰু সন্ধ্যা সময়ত খোজকঢ়া অভ্যাস অন্তৰ্ভুক্ত কৰক, আপুনি শাৰীৰিক আৰু মানসিকভাবে দুইধৰনে সুস্থ থাকিব৷  থাইৰয়ডৰ বাবে, কোনো যোগগুৰুৰ তত্ত্বাৱধানত যোগ (thyroid exercise in yoga) আৰম্ভ কৰক৷

5. কিছু লোকে থাইৰয়ডত দ্ৰুতভাৱে ওজন হ্ৰাস কৰিবলৈ চায় যাৰ বাবে তেওঁ ডায়েটিং কৰে (thyroid diet) আৰু ওজন হ্ৰাস পাউডাৰ টেবলেট আৰু ক্যাপচুল গ্ৰহণ কৰে।  এই ৰোগত ওজন হ্ৰাস কৰাৰ এই পদ্ধতি একেবাৰেই ভুল। এয়া স্বাস্থ্যৰ বাবে ক্ষতিৰ কাৰণ হব পাৰে।

6. গ্ৰীন কফি ওজন কমোৱাত অপৰিহাৰ্য বুলি বিবেচিত হয়, গতিকে আপুনি যদি থাইৰয়ডত গ্ৰীন কফি খাইছে  এবাৰ আপোনাৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰি লোৱা উচিত ৷

7. এনে বহু ঘৰুৱা প্ৰতিকাৰ আৰু উপায় আছে  যাৰদ্বাৰা এই ৰোগত স্থূলত্ব(thyroid diet)  হ্ৰাস কৰিব পৰা যায়৷  এই ৰোগত আপোনাৰ ডায়েট (thyroid diet) নিয়ন্ত্ৰণ কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণ বহু খাদ্য আছে যি থাইৰয়দৰ সমস্যা বৃদ্ধি কৰি তুলিব পাৰে, গতিকে  ৰোগীৰ পক্ষে থাইৰয়ডত কি খাব আৰু কি নাখাব সেয়া জনাতো খুব গুৰুত্বপূৰ্ণ।

থাইৰয়ডত কি খাব- Thyroid diet for weight loss in assamese

থাইৰয়দৰ ফলত হোৱা মেদবহুলতা হ্ৰাস কৰাৰ উপায় - thyroid weight loss or thyroid diet in Assamese

1. ভাল আৰু দ্ৰুত ফলাফল পাবলৈ আপনাৰ ডায়েটত 30% সিদ্ধ খাদ্য, 30% চালাদ আৰু 40% খাদ্য গ্ৰহণ কৰক৷ ৰন্ধন কাৰ্যত নাৰিকল তেল ব্যৱহাৰ কৰক।


2. বয়ল আহাৰত আলু খাব পাৰে।  আলু সিদ্ধ কৰাৰ পিছত ই মেদ নবঢ়ায়, ইয়াৰ লগতে ইয়াত পটাচিয়াম আছে যি শৰীৰৰ মেটাবলিজম উন্নত কৰে। ইয়াৰ লগতে মিঠা আলুও সিদ্ধ কৰি খাব পৰা যায়।

3. থাইৰয়ডত ভাত খোৱাৰ ফলত মেদ বৃদ্ধি হব পাৰে। আপুনি ব্ৰাউন চাউল আৰু দাইল খাব পাৰে, ইয়াত প্ৰটিন পোৱা যায় আৰু শৰীৰৰ মেদ নবঢ়ায়।

4. চালাদত তিয়হ, গাজৰ, অংকুৰিত বীজ আৰু চানা, মগু সেৱন কৰক৷


5. যদি আপুনি non-veg খায়,তেনেহলে মাছ খোৱা উপকাৰী। ইযাত ওমেগা 3 ফেটি এচিড আছে যি থাইৰয়দৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ পুষ্টি উপাদান।

6. ফলৰ ভিতৰত ডালিম, আপেল, আনাৰস, তৰমুজ খোৱা উপকাৰী।


7. Thyroid weight loss ৰ বাবে ভিটামিন বি গ্ৰহণ কৰা উপকাৰী, ইয়াৰ বাবে ডায়েটত (thyroid diet) গাখীৰ আৰু দৈ অন্তৰ্ভুক্ত কৰক।

8. থাইৰয়ডত, কমলা, আনাৰস আৰু গাজৰৰ জুইচ দিনটোত এবাৰ অৱশ্যেই পান কৰা উচিত। ইয়াৰ ফলত শৰীৰৰ শক্তি ৰক্ষা হয় আৰু প্ৰয়োজনীয় পুষ্টি সৰবৰাহ কৰে। ইয়াৰ উপৰি প্ৰচুৰ পৰিমাণে পানী পান কৰক।


9. শুকান ফল খাব পাৰে, আখৰোট মস্তিষ্কৰ বাবে ভাল আৰু থাইৰয়ড গ্ৰন্থিও সঠিকভাবে কাম কৰে।

10. হাইপোথাইৰয়দ ওজন নিয়ন্ত্ৰণ কৰি ৰখাত (thyroid weight loss) শৰীৰক detoxify কৰা দৰকাৰ।  ইয়াৰ বাবে গ্ৰীন টি আৰু আদা ৰস খুব উপকাৰী। আদা সিদ্ধ কৰি ইয়াৰ পানী পান কৰক, এই প্ৰতিকাৰটি ডিঙিৰ ফোলাভাবৰ পৰাও মুক্তি দিয়ে।


থাইৰয়ড ৰোগত কি নাখাব? thyroid diet in Assamese

চয়াবিন থাইৰয়ড হৰমনসমূহৰ পক্ষে ভাল নহয়। আপুনি যদি হাইপোথাইৰয়ডত ভুগিছে তেন্তে চয়া আৰু চয়াৰপৰা তৈয়াৰ হোৱা পণ্যসমূহ কম পৰিমাণে খোৱা উচিত।  যেনে চয়া গাখীৰ, চয়াবিন তেল, চয়া পনীৰ ইত্যাদি৷


গ্লুটন (Gluten) গ্ৰহণ কমাওক৷ গ্লুটন বেছিভাগ ক্ষেত্ৰত ডাবল ৰুটি, ব্ৰেড আৰু ময়দাৰে তৈয়াৰী খাদ্যত পোৱা যায়।  এই জাতীয় খাদ্য হজম হোৱাত বেছি সময় লয়, সেয়েহে ইয়াৰ সেৱন কম পৰিমাণে গ্ৰহণ কৰিব।

থাইৰয়দৰ ফলত হোৱা মেদবহুলতা হ্ৰাস কৰাৰ উপায় - thyroid weight loss or thyroid diet in Assamese
ময়দাৰে তৈয়াৰী খাদ্য

আয়োডিনৰ অভাৱৰ কাৰণে থাইৰয়ড হৈছে তেওঁলোকে  ফুলকবি, বন্ধাকবি আৰু ব্ৰোকলিৰ দৰে পাচলি গ্ৰহণ কমাব লাগে৷

যদি আপুনি থাইৰয়ডৰ মেদবহুলতা হ্ৰাস (thyroid weight loss) কৰিব বিচাৰে তেন্তে চেনি পৰা তৈয়াৰী মিঠাই গ্ৰহণ কৰা কমাই দিয়ক। মিঠাই খালে ওজন দ্ৰুত বৃদ্ধি হয়।

ফাস্ট ফুড খোৱা উচিত নহয়, এইসমূহে শৰীৰৰ মেদ আৰু স্থূলত্ব বঢ়ায়।

থাইৰয়ডৰ সময়ত কেফেইন সেৱন কৰিলে ঔষধৰ প্ৰভাৱ হ্ৰাস পায়। চাহ আৰু কফিত কেফেইন বেছি থাকে আৰু ইয়াত চেনি যোগ কৰা হলে আৰু ক্ষতিকাৰক হৈ উঠে।

আৰু পঢ়কঃ থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

আপোনালোকৰ যিকোনো প্ৰশ্ন বা কমেন্ট থাকিলে তলৰ কমেণ্ট বক্সত কৰিব পাৰিব৷

আপোনালোকৰ সুস্বাস্থ্যৰ কামনাৰে ধন্যবাদ🙏

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga