চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes, phoraisis symptoms, phoraisis prevention in Assamese

চৰিয়াচিচ- phoraisis meaning in Assamese

চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes,phoraisis symptoms, prevention in Assamese

চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। চ'ৰিয়াচিছ বেমাৰত এই ৰক্তকণিকা বিলাকে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকক ভূলকৈ বাহিৰা বেমাৰৰ বীজাণুৰ নিচিনা আক্ৰমণ কৰে যাৰ ফলত এই জটিল Auto Immune বেমাৰবিধৰ সৃষ্টি হয়।


চৰিয়াচিছৰ কাৰণ - psoriasis causes in Assamese


১/ বিৰুদ্ধ আহাৰ:-psoriasis causes in Assamese

আয়ুৰ্বেদ মতে নতুনকৈ উৎপাদন হোৱা খাদ্য শস্য, দৈ, সাগৰীয় খাদ্য, লবণযুক্ত খাদ্য, মাটি মাহ, টেঙা বস্তু, মছলাযুক্ত খাদ্য বস্তু, বিৰুদ্ধ ভোজন, ময়দা আৰু বেকাৰীৰ খাদ্য বস্তু, জাংক ফূড, ফাষ্ট ফুড, ফ্ৰীজত ৰখা খাদ্য বস্তু আৰু শীতল খাদ্য বস্তু অধিক পৰিমানে সেৱন, ভালকৈ নৰন্ধা খাদ্য সেৱন আৰু আগৰ ভোজনৰ খাদ্যবস্তু হজম নোহোৱাকৈ নতুন খাদ্য সেৱন ইত্যাদিৰ ফলত চ'ৰিয়াচিছৰ নিচিনা জটিল বেমাৰে দেখা দিব পাৰে।

২/ অশুদ্ধ জীৱনশৈলী -psoriasis causes in Assamese


অশুদ্ধ জীৱনশৈলী যেনে-

অত্যধিক গৰম ;

গধুৰ খাদ্য গ্ৰহণৰ পিছত ব্যায়াম কৰা;

বমি আদি অধাৰণীয় বেগ দমণ কৰা;

অতিপাত গৰমৰ পৰা আহি লগে লগে ঠাণ্ডা পানী ব্যৱহাৰ কৰা;

দিবা শয়ন আদিৰ ফলত আমাৰ খাদ্য পাচন প্ৰক্ৰিয়াত ব্যঘাত জন্মে যাৰফলত শৰীৰৰ প্ৰক্ৰিয়া বিলাককৰ অসমতুল্যতা ঘটে৷


৪/ অত্যধিক শাৰীৰিক আৰু মানসিক চাপেও (psoriasis causes in Assamese) চৰিয়াচিছ হোৱাত উদ্গনি যোগায়। 


৫/ সংক্ৰমণ (psoriasis causes in Assamese)

উদাহৰণ স্বৰূপে শিশুৰ গলৰ সংক্ৰমণ (ষ্ট্ৰেপ্ট'কক্কেল, ভাইৰাচ জনিত) সময়মতে চিকিৎসা নকৰিলে।

৬/ চালত হোৱা আঘাত(psoriasis causes in Assamese) যেনে কটা-চিঙা, জুইয়ে পোৰা, চানবাৰ্ন (sunburn) ইত্যাদিৰ ফলত সেই ঠাইটুকুৰাত বা তাৰ আশেপাশে এইৰোগ হব পাৰে।

৭/ ধূম্ৰপান আৰু মদ্যপান ৰ বাবে৷

৮/ কিছুমান ঔষধৰ পাৰ্শ্চক্ৰিয়া -(psoriasis causes in Assamesw) স্বৰূপে 

যেনে- বিষনাষক, মেলেৰিয়াৰ ঔষধ ক্ল'ৰ'কুইন, উচ্চ ৰক্তচাপত ব্যবহৃত বিটা ব্লকাৰ ইত্যাদি।

৯/মেদবহুলতা-(psoriasis causes in Assamese) - অতি শকত লোকৰ ছালৰ ভাজত চ'ৰিয়াচিছৰ তৰপ পৰা দেখা যায়।

১০/ শৰীৰৰ বিপাকজনিত কাৰক (psoriasis causes in Assamese) যেনে- কেলচিয়ামৰ অভাব।

১১/ হৰমনযুক্ত কাৰক(psoriasis causes in Assamese) যেনে- গৰ্ভাৱস্থা।

১২/ বংশগত (psoriasis causes in Assamese) যদি পৰিয়ালৰ কোনো সদস্যৰ এই ৰোগবিধ আছে বা আছিল তেনেহ'লে অন্য সদস্যৰো এই ৰোগবিধ হোৱাৰ আশংকা 40% বাঢ়ি যায়।

চ’ৰিয়াচিছৰ লক্ষণ - psoriasis symptoms in Assamese 

চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes,phoraisis symptoms, prevention in Assamese

চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes,phoraisis symptoms, prevention in Assamese


১/ অনুজ্জল, ৰুক্ষ, ফাটি যোৱা ডাঠ চালৰ(মাছৰ বাকলিৰ নিচিনা) তৰপ দেখা যায়।psoriasis symptoms in Assamese 


২/ খঁজুৱতি।


৩/ মূৰত ইয়াক ডাঠ উফিৰ নিচিনা দেখা যায়।


৪/ চালৰ ডাঠ তৰপটো উঠায় দিলে সামান্য ৰক্ত ওলায়। psoriasis symptoms in Assamese 


৫/ হাত আৰু ভৰিৰ নখবিলাকতো এইৰোগ হব পাৰে। চ’ৰিয়াচিছৰ ফলত হাত আৰু ভৰিৰ নখ বিকৃত হয় আৰু ইয়াৰ বৰণ সলনি হব ধৰে আৰু অবশেষত নখবিলাক আঙুলিৰ পৰা উঠি যাব পাৰে। psoriasis symptoms in Assamese 


৬/ চ’ৰিয়াচিছ পুৰণি হ’লে গাঠিৰ বিষ আৰু গাঠিবিলাক ফুলিব (arthritis) পাৰে।। 


চ’ৰিয়াচিছৰ প্ৰকাৰ- psoriasis types in Assamese  


বেছিভাগ ক্ষেত্ৰতে এজন মানুহৰ এটা সময়তে এটা প্ৰকাৰৰ চ’ৰিয়াচিছ হয়। এই প্ৰকাৰটো ঠিক হোৱাৰ পিচত অন্য প্ৰকাৰৰ চ’ৰিয়াচিছ হব পাৰে।


বিভিন্ন প্ৰকাৰৰ চ’ৰিয়াচিছ বিলাক হ’ল (psoriasis types)-


Plaque Psoriasis


Guttate Psoriasis


Pustular Psoriasis


Inverse Psoriasis


Erythrodermic Psoriasis


সাৱধানতা:psoriasis cure in Assamese


অত্যাধিক নিমখীয়া ,টেঙা খাদ্য নাখাব


মূলা,তিল, গুৰ , দৈ, মাছ নাখাব


বিৰুদ্ধ ভোজনৰ পৰা বাচি থাকক


চ’ৰিয়াচিছ ৰ বাবে ঘৰুৱা কিছু বিধান:


1.অলিভ অয়ল ত অৰ্গেনিক অয়ল মিহলাই চৰিয়াচিচ হোৱা অংশত লগাওক ৷ এনেদৰে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে সুফল পাব৷


2. কেৰেলাৰ সতেজ ৰসত নেমু ৰস মিহলাই প্ৰতিদিনে খালী পেটত খাওক ৷ ইয়াৰ ফলত  চৰিয়াচিচ লগতে অন্য বহু বেমাৰ দুৰ হব৷

 

3. নাৰ্জী ফুল ৫/৬ টা চাৰি কাপ পানীত দি গাঢ় হোৱাকে উতলাওক ৷ ইয়াৰ পিছত পানীখিনি ঠাণ্ডা কৰি মুৰত লগাওক ৷ আৰু পিছত হাৰ্বেল চেম্পুৰে ধোওক ৷ এনেদৰে নিয়মিতভাৱে কৰিলে মুৰৰ ছালত হোৱা চৰিয়াছিচ আঁতৰি যাব৷(psoriasis scalp in assamese)


4. ছালকুঁৱৰী বা এলোভেৰা ৰস ৰ নগত নহৰু মিহলাই পেষ্ট তৈয়াৰ কৰি লওক ৷ এই পেষ্ট ছৰিয়াছিছ প্ৰভাৱিত অংশত কিছু সময় লগাই ৰাখক ৷ পিছত পানী দি ধুই পেলাব ৷ (psoriasis scalp in assamese) নিয়মিতভাৱে কৰিলে প্ৰভাৱিত অংশত এই সমস্যা আঁতৰি যাব৷

 

5. হালধি ত এন্টিইনফ্লেটৰী আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ গুণাগুন আছে সেয়ে হালধিয়ে ছালৰ বেক্টেৰিয়াসমুহ ধ্বংস কৰাত সহায় কৰে ৷ এক চামুচ হালধি গুৰি বা ৰসত পানী সংযোগ কৰি প্ৰভাৱিত অংশত লগাওক আৰু এক ৰাতি ওপৰৰপৰা কাপোৰ বা অন্য উপায়েৰে ঢাকি বান্ধি ৰাখক৷ পিছদিনা পানীৰে ধুই পেলাব ৷ এনেদৰে প্ৰতিদিন কৰিব পাৰিলে চৰিয়াচিচ নিৰ্মুল হৈ যায়৷


6. পাতল কোমলীয়া কলৰ পাতেদি চৰিয়াচিচ প্ৰভাৱিত অংশ বান্ধি ৰাখক৷


7. 15-20 তিল এক গিলাচ পানীত গোটেই ৰাতি তিয়াই ৰাখক৷ পিছদিনা খালী পেটত খাওক৷ 


8. উন্নত মানদণ্ডৰ মইছাৰাইজাৰ, লোছন ইত্যাদি ব্যৱহাৰ কৰক৷ (psoriasis treatment cream)


9. শুকান ঠাণ্ডা বতৰৰ পৰা সাৱধান হওক ৷ এনে শুকান বতৰে চৰিয়াচিচ হোৱা ৰোগীৰ বাবে আৰু অধিক জটিল কৰি তুলে৷ প্ৰভাৱিত অংশ আদ্ৰতা ধৰি ৰাখিবৰ বাবে তেল বা ক্ৰীম লগাব। 


10. কিছুমান দৰৱৰ পৰা চৰিয়াচিচ হৈ থকা ৰোগীৰ বাবে আৰু অধিক প্ৰভাৱ পেলায় আৰু সমস্যা আৰু জটিল কৰি তুলে৷ গতিকে যিকোনো ঔষধ লোৱা আগে চিকিৎসকক সুধিব যে সেই ঔষধে চৰিয়াচিচত প্ৰভাৱ পেলাব নি?


11. চৰিয়াচিচ প্ৰভাৱিত অংশত চিকুটি বা খুচৰি নাথাকিব৷ হাতেৰে চুই নাথাকিব৷ যিকোনো কটা ছিঙা ৰ পৰা সাৱধান থাকক৷ দাঙি খোৰোৱাত সাৱধান হব৷ একুপাংচাৰ, টেটু কৰা ইত্যাদি পৰা বিৰত থাকক৷(Psoriasis scalp)


12. কিছুসময় সূৰ্য্যৰ পোহৰ লওক কিন্ত্ত অত্যাধিক নহয়৷ সূৰ্য্যৰ ৰশ্মিৰ আল্ট্ৰাভাইলেট ৰশ্মিয়ে ছালৰ কোষসমুহৰ বিকাশ মন্হৰ কৰি তুলে৷ কিন্ত্ত ২০ মিনিটতকে অধিক ৰ'দৰ তাপ নলব আৰু দেহত চানস্ক্ৰীণ ব্যৱহাৰ কৰিব৷ 


13. ধ্যান যোগৰ দ্বাৰা চিন্তামুক্ত হৈ থাকিবলৈ চেষ্টা কৰক৷


14. মদ বা অন্য ৰাগিয়াল দ্ৰব্য খোৱাৰপৰা বিৰত থাকক৷


15. সন্ত্তোলিত আহাৰ,শুদ্ধ জীৱনশৈলী গঢ়ি তুলক৷ ওজন নিয়ন্ত্ৰণ কৰক৷


উপৰোক্ত নিয়মসমূহ মানি চলিলে নিশ্চয় সুফল লাভ কৰিব৷



Popular Posts

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)