আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে। প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি বা দোষৰ ভাৰসাম্যহীনতা থাকে, যাৰ কাৰণে তেওঁ অসুস্হ হৈ পৰে। আয়ুৰৰ্বেদৰ এই ত্ৰিদোষ কি? What are the three doshas in Ayurveda? in assamese এই দোষ ( ayurveda dosha) তিনিটা হৈছে - বাত (বায়ু), পিত্ত (অগ্নি), কফ (পৃথিৱী) বাত (বায়ু)-Vata (air): বাত দোষথকা লোক বায়ুৰ সমান হয়৷ এনে লোক উৰ্জা বা শক্তিৰে পূৰ্ণ হয় আৰু সৰ্বদা সক্ৰিয় হৈ থাকে।শাৰীৰিকভাবে দুৰ্বল আৰু পাতল, স্বভাৱৰ পৰা উৎসুক এনে লোক ক্ৰমাগত উত্তেজিত আৰু নতুন অভিজ্ঞতাৰ সন্ধানত থাকে। এওঁলোকৰ জীৱন আৰু কামৰ প্ৰতি সৃজনশীল মনোভাব থাকে। বাত আক্ৰান্ত ব্যক্তিৰ চৰ্দি আৰু ত্বকৰ অসুবিধাত ভুগে। কম টোপনিৰ কাৰণে এনে লোকৰ অধিক বিশ্ৰাম দৰকাৰ হয়৷ বাত দোষ ভাৰসাম্যহীনতা, ওজন হ্ৰাস, দুৰ্বলতা, অস্থিৰতা আৰু হজমৰ সমস্যা হব পাৰে। এইসমূহক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে গধুৰ আৰু ভাল আহাৰ খাওক। নিমখীয়া, টেঙা আৰু মিঠাই জাতী য় আহাৰে এনে লোকৰ উপকাৰ কৰে। এনেলোকৰ তিতা আৰু মশলাযুক্ত আহাৰ খোৱা উচিত ন...