নিমখ নিমখ আৰু ইয়াৰ মহত্ত্ব- Salt And Its Importance In Assamese নিমখ এক খনিজ হয় যাৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl ৷ নিমখত ওজনৰ আধাৰত 40% চডিয়াম আৰু 60% ক্লৰাইড থাকে ৷ জীৱিত থাকিবৰ বাবে নিমখ অপৰিহার্য আৰু মানবদেহৰ অন্যতম মৌলিক উপাদান। এই উপাদান বাদ দি মানৱদেহৰ অস্তিত্ব সম্ভৱ নহয়। খাদ্যৰ স্বাদ উন্নত কৰিবলৈ আৰু খাদ্য সংৰক্ষণত নিমখ ব্যৱহাৰ কৰা হয়। ই শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু বিভিন্ন জটিল ক্রিয়াকলাপৰ বাবে বিল্ডিং ব্লক (buildingbblock) হিচাবে অন্তর্ভুক্ত। নিমখ কেইবা ধৰনৰ আছে৷ আয়ুর্বেদত সঠিক ধৰণৰ নিমখ গ্রহণৰ ওপৰত গুৰুত্ব দিয়া হয়৷ বিভিন্ন ধৰণৰ নিমখ-Varieties Of Salt In Assamese নিমখ বিভিন্ন ধৰণৰ পোৱা যায়৷ ইয়াৰ ভিতৰত হ'ল: Table salt, sea salt, Celtic salt, pickling salt, seasoned salt, kosher salt, popcorn salt, pretzel salt, rock salt, black salt ইত্যাদি স্বাস্থ্যগত উদ্দেশ্যে অনুসৰি আয়ুর্বেদত 3 ধৰণৰ নিমখ ব্যৱহাৰ কৰা হয়, যেনে: Table salt ক অসমীয়াত নিমখ নাম...